Skip to main content

Posts

Showing posts from October, 2019

Rati Rati ৰাতি ৰাতি Assamese Film Songs 2019

Rati Rati ৰাতি ৰাতি Assamese Film Songs 2019 Movie Name - Ratnakar Actor & Actress - Jantin Bora Barsha Singer - Zubeen Garg & Gayatri Hazarika Download this Lyrics video online Click here ৰাতি ৰাতি    ছোন ‌ মোৰ সপোনবোৰে খেদি   খেদি মোক আকৌ সুই পৰে    পোহৰ   পোহৰ মোৰ প্ৰতিটো   পু ‌ ঁবা    জাগে তোমাৰ কথা ভাবি তোমালে ল ʼ ৰ মাৰে   নাজানো ক ʼ ত    তুমি থাকা নাজানো ম ‌ ই   ক ʼ ত থাকো জানো মাথোঁ ‍‍‍ আমি থাকো সঁপোন ‌ ভাঁজত   ‍‌ ৰাতি ৰাতি     ছোন মোৰ সপোনবোৰে খেদি   খেদি মোক আকৌ সুই পৰে    নিথৰ ৰাতি    তোমাৰ বুকুৰ শব্দ শুনু ম ‌ ই   তুমি ছাগে এনেকুৱাই   এন্ধাৰ পথত জোনাক ৰাতি খোজে খোজে মই   তুমি ছাগে এনেকুৱাই নাজানো ক ʼ ত    তুমি থাকা নাজানো ম ‌ ই ‍‍‍  ক ʼ ত থাকো জানো মাথোঁ ‍‍‍ আমি থাকো সঁপোন ভাঁজত     ৰাতি ৰাতি    ছোন মোৰ সঁপোনবোৰে   খেদি   খেদি মোক আকৌ সুই পৰে   দুখৰ বিষৰ    স্নেহ বোৰো উবোৰুৱাই দিয়া   তুমিটো এনেকুৱাই বোকাত পদুম ফুলৰ দৰে জুবোৰাই দিয়া    ফুলি আছোঁ তেনেকুৱা