image caption - youtube.com |
SONG: PRITI BHORA
SINGER: ZUBEEN GARG , GAYATRI HAZARIKA
MUSIC: ZUBEEN GARGSINGER: ZUBEEN GARG , GAYATRI HAZARIKA
LYRICS: SASANKA SAMIR
প্ৰীতি ভৰা কবিতাৰেশিৰোনামা তুমি
আলসুৱা আদৰৰোপৰিসীমা তুমি
মধুভৰা আবাশেউতলা কৰে মনতুমি হাঁহিৰে সনিলাতাতেনো ৰামধেনু ৰং
প্ৰীতি ভৰা কবিতাৰেশিৰোনামা তুমি
আলসুৱা আদৰৰোপৰিসীমা তুমি
তুমি কপাহীকুঁৱলী ফালি
ৰঁদালহি মোৰ মনতুমি ৰূপালীজোনালী ৰাতিসঁজালাহি যৌৱন
তুমি কপাহীকুঁৱলী ফালি
ৰʼদালিহী মোৰ মনতুমি ৰূপালীজোনালী ৰাতিসঁজালাহি যৌৱন
অমিয়া সুৰৰ পৰশেৰেজুৰিয়া প্ৰাণৰ সপোনতেসানি দিলা সুলভী
প্ৰীতি ভৰা কবিতাৰেশিৰোনামা তুমি
আলসুৱা আদৰৰোপৰিসীমা তুমি
বহু আউসীবৰণী কৰিসঁজালাহী জীবনসোঁৱৰণিৰেইলিজি মুচিকৰিলাহি উন্মন
দক্ষিণা দেশৰ বতাহাৰেউপমা সুখৰ শৰীৰতেঢালি দিলা হেঙুলী
প্ৰীতি ভৰা কবিতাৰেশিৰোনামা তুমি
আলসুৱা আদৰৰোপৰিসীমা তুমি
মঁধুভৰা আৱেশেৰেউটলা কৰে মন
তুমি হাঁহিৰে সানিলাতাতেনো ৰামধেনু ৰং
প্ৰীতি ভৰা কবিতাৰেশিৰোনামা তুমি
Comments
Post a Comment