Song- Tumi Tumi
Singer- Achurjya Borpatra
Music- Achurjya Borpatra
Lyrics- Achurjya Borpatra, Arshad
Play - Streaming
-
তুমি তুমি তুমি লগা প্ৰতিটো ধেমালিবুজা নুবুজা এটি প্ৰেমৰে ৰগিনিসাধু সাধু লগা প্ৰতিটো কাহিনী
সুৰ তুমি আকাশৰসুৰ তুমি হেঁপাহৰসুৰ যাযাবৰী জীৱনৰ
আকাশ ৰেঙুলী- হেঙুলী আবেলিলাহে লাহে বাঢ়ে এই প্ৰনই
তুমি তুমি তুমি লগা প্ৰতিটো ধেমালিবুজা নুবুজা এটি প্ৰেমৰে ৰগিনি
সাধু সাধু লগা প্ৰতিটো কাহিনীৰʼডালী আহে তোমাৰে বাবে
ৰʼডালী আহে শুকুলা মেঘৰ কথা কৱলেশদীয়া নামে তোমাৰে বাবেহেঙুলী আকাশৰ বতৰা দিবলৈ
সাৱটি ৰাখিছোঁহৃদ্য়ৰ সিমনততোমাৰে অলেখ মৰম
ফাগুনী বতাহেকানে কানে সুধেবাউলী এই কাৰ মৰম
সুৰ তুমি আকাশৰসুৰ তুমি হেঁপাহৰসুৰ যাযাবৰী জীৱনৰ
আকাশ ৰেঙুলী- হেঙুলী আবেলিলাহে লাহে বাঢ়ে এই প্ৰনই
তুমি তুমি তুমি লগা প্ৰতিটো ধেমালিবুজা নুবুজা এটি প্ৰেমৰে ৰগিনি
সাধু সাধু লগা প্ৰতিটো কাহিনী
Comments
Post a Comment