Dhire Dhire Herai jai Zubeen Garg song Lyrics
Image Caption - https://youtu.be/HlAPBPQpRYE
Song - Dhire Dhire Herai Jai
Singer - Zubeen Garg
|
Lyrics
আবেলিৰে ৰ'দালিধীৰে ধীৰে হেৰাই যায়আবেলিৰ ৰ'দালিধীৰে ধীৰেহেৰাই যায়আবেলিৰ এই ৰ'দালিধীৰে ধীৰেধীমিকি জ্বলেশেৱালি যেন তৰালীচাব খুজিও নেদেখোঁ মইক'তে বা আছা অ' লগৰ তুমিধীৰে ধীৰেহেৰাই যায়আবেলিৰ এই ৰ'দালিধীৰে ধীৰেধীমিকি জ্বলেশেৱালি যেন তৰালীমিঠা মিঠাগীত হৈ ৰোৱাপাৰ হোৱা অতীতক মনতকৰোঁতোমাৰ সতে একেলগেচাই ৰোৱা তৰাটিকবিচাৰোঁমিঠা মিঠাগীত হৈ ৰোৱাপাৰ হোৱা অতীতক মনতকৰোঁতোমাৰ সতে একেলগেচাই ৰোৱা তৰাটিকবিচাৰোঁডাৱৰৰ ফাঁকে ফাঁকেধীৰে ধীৰেহেৰাই যায়আবেলিৰ এই ৰ'দালিধীৰে ধীৰেধীমিকি জ্বলেশেৱালি যেন তৰালীমোৰ উকা মন দাপোনতআখৰে আখৰেলিখোঁনে তোমাক আজিমোৰ প্ৰিয় গুণগুণনিউশাহে উশাহে ৰাখোঁ নেতোমাক আজিমোৰ উকা মন দাপোনতআখৰে আখৰেলিখোঁনে তোমাক আজিমোৰ প্ৰিয় গুণ গুণগুণনিউশাহে উশাহে ৰাখোঁ নেতোমাক আজিক'বানে কানে কানেধীৰে ধীৰেহেৰাই যায়আবেলিৰ এই ৰ'দালিধীৰে ধীৰেধীমিকি জ্বলেশেৱালি যেন তৰালীচাব খুজিও নেদেখোঁ মইক'তে বা আছা অ' লগৰ তুমিধীৰে ধীৰেহেৰাই যায়আবেলিৰ এই ৰ'দালিধীৰে ধীৰেধীমিকি জ্বলেশেৱালি যেন তৰালী
Comments
Post a Comment